Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ সৈতে প্ৰতীক হাজেলাৰ গোপন বুজাবুজি

বিজেপিৰ সৈতে প্ৰতীক হাজেলাৰ গোপন বুজাবুজি

ৰাজীৱ ভৱনত এ পি চি চিৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল।

ষ্টাফৰিপোৰ্টাৰ : ‘ৰাইজক ফাঁকি দিয়াটোৱেই বিজেপিৰ স্বভাৱ, বিজেপিৰ সৈতে প্ৰতীক হাজেলাৰ গোপন বুজাবুজি আছে অন্যথা উচ্চতম ন্যায়ালয়ত নথি বৰ্জন কৰিবলৈ ক’ব নোৱাৰে, এন আৰ চিক লৈ বিজেপিয়ে ডাবল গেম খেলিছে, বিজেপিয়ে সংশোধনী বিধেয়কখন জাপি দিব বিচাৰিছে আৰু অগপই অকল বিবৃতি দিয়েই দায় সামৰিব বিচাৰিছে।’- সংবাদমেলযোগে এই মন্তব্য বৰাৰ। ‘বিধেয়ক গৃহীত হ’লে মিত্ৰতা ত্যাগ কৰিম বুলি ক’ব পৰা নাই, ক্ষমতাৰ লোভত জাতি-মাটি-ভেটি বিক্ৰী কৰিছে অগপই, ৰাইজৰ স্বাৰ্থত নাই বিজেপি দল, ইচ্ছা কৰিলে পেট্ৰ’পণ্যৰ কৰ কমাব পাৰে।’- মন্তব্য এ পি চি চিৰ সভাপতিগৰাকীৰ।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *