Sunday , January 26 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণত ব্ৰিটেইনৰ সেউজ সংকেত

বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণত ব্ৰিটেইনৰ সেউজ সংকেত

 

ষ্টাফৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী, বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণত ব্ৰিটেইনৰ সেউজ সংকেত দিয়া হৈছে। ব্ৰিটেইনৰ ছেক্ৰেটেৰী অৱ ষ্টেটে স্বাক্ষৰ কৰিলে প্ৰত্যৰ্পণ চুক্তিত। অৱশ্যে আবেদন জনাবলৈ ১৪ দিনৰ সময় পাব সুৰা মাফিয়া বিজয় মালিয়াই।

About Staff Reporter

চাব পাৰে

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *