Sunday , December 15 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / বিটিচিৰ চতুৰ্থটো পৰিষদীয় নিৰ্বাচন

বিটিচিৰ চতুৰ্থটো পৰিষদীয় নিৰ্বাচন

 

ষ্টাফৰিপৰ্টাৰ, ২৬ নৱেম্বৰ :
সন্মুখত ২০২০। আসন্ন বিটিচিৰ চতুৰ্থটো পৰিষদীয় নিৰ্বাচন। ৪০ পৰিষদীয় আসনৰ বাবে যুঁজত নামিছে হাগ্ৰামাৰ বিপিএফ। অন্যহাতে উৰ্খাও গৌড়াৰ ইউ পি পি এল। মাজতে বিটিএডি আৰ্মী আৰু জিএছপিৰ নাম লৈ বিটিএডিৰ ৰাজনীতিৰ পানী খোলা কৰিছে সাংসদ নৱ শৰণীয়াই।

About Staff Reporter

চাব পাৰে

বিজেপিৰ মিছন হাণ্ড্ৰেড

    ষ্টাফৰিপৰ্টাৰ, ২৬ নৱেম্বৰ : বিজেপিৰ মিছন হাণ্ড্ৰেড। অকলেই বিজেপিয়ে পাব ৭০খনতকৈ অধিক আসন। …

Leave a Reply

Your email address will not be published. Required fields are marked *