Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

 

ষ্টাফ ৰিপৰ্টাৰ,,,,১৩ জানুৱাৰী।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত দেওবাৰে মিৰ্জাত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১০৯ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। এই শিবিৰটো ডাঃ এন এন শৰ্মা ডাঃ শঙ্কৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *