Sunday , December 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ, ১ ডিচেম্বৰ : গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ বেলতলাত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১০০ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ লগতে ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। এই শিবিৰটো ডাঃ বিপুল কান্ত বৰুৱা, ডাঃ শংকৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *