ষ্টাফৰিপৰ্টাৰ, অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল দীপিকা পাডুকণ আৰু ৰণবীৰ সিং। ‘পদ্মাৱত’ত ৰাণীৰূপী দীপিকাক চাবলৈ হাহাকাৰ কৰি ফুৰা ‘আলাউদ্দিন খিলিজী’ৰূপী ৰণবীৰৰ এতিয়া বাস্তৱৰ জীৱনসংগী হ’ল দীপিকা। উলহ-মালহেৰে সুদূৰ ইটালীত বিবাহ সম্পন্ন হ’ল বলীউডৰ দুই ছুপাৰষ্টাৰৰ।