Wednesday , June 19 2019
Home / আঞ্চলিক / বিমুদ্ৰাকৰণৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

বিমুদ্ৰাকৰণৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

 

ষ্টাফৰিপৰ্টাৰ: বিমুদ্ৰাকৰণৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ সাবস্ত্য কৰে।
ৰিজাৰ্ভ বেংকৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰা কংগ্ৰেছে। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে সংঘাত হয় প্ৰতিবাদকাৰীৰ। আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ লগতে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *