Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশিষ্ট সংগীত ব্যৱস্থাপক দেৱাশিষ নাগৰ মৃত্যু

বিশিষ্ট সংগীত ব্যৱস্থাপক দেৱাশিষ নাগৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ১৫ জুলাই, বিশিষ্ট সংগীত ব্যৱস্থাপক দেৱাশিষ নাগ (নাংকু ) আজি বিয়লি প্ৰায় ৩.২০ বজাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ আনি থকাৰ অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪১ বছৰ। তেওঁ নিজৰ অজানিতে ভাঙি গ’ল, কাঁইটে বিন্ধিলে, ধিমিকি ধিমিকি জ্বলে আদি জনপ্ৰিয় গীতৰ সংগীত পৰিচালনা কৰিছিল। হেঙুল , ইতিহাস, ৰাজশ্ৰী, প্ৰাগজ্যোতিষ আদি বহু কেইখন থিয়েটাৰত সংগীত পৰিচালনা কৰিছিল।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *