Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয়

বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয়

 

ষ্টাফৰিপৰ্টাৰ, ৯ জুন,বিশ্বকাপৰ দ্বিতীয়খন মেচতো ভাৰতৰ জয় লাভ কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী টীম ইণ্ডিয়া। ৩৬ ৰানত জয়লাভ কৰিলে কোহলী বাহিনীয়ে। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰিছিল ভাৰতে। নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৫২ ৰান। প্ৰত্যুত্তৰত ৩১৬ ৰানহে সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াই। আটাইকেইটা উইকেট হেৰুৱাই ৩১৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ অপেনাৰ শিখৰ ধৱনৰ শতক অৰ্জন। ১০৯ বলত ১১৭ ৰান সংগ্ৰহ কৰে শিখৰ ধৱনে। বিৰাট কোহলী ৮২, ৰোহিত শৰ্মাই ৫৭ ৰান, হাৰ্ডিক পাণ্ডিয়া ৪৮, এম এছ ধোনীৰ ২৭ ৰান আৰু ১১ ৰানেৰে অপৰাজেয় হৈ থাকে এল ৰাহুল।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *