Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিশ্বকাপ ক্ৰিকেটৰ বাবে দল ঘোষণা বি চি চি আই ৰ

বিশ্বকাপ ক্ৰিকেটৰ বাবে দল ঘোষণা বি চি চি আই ৰ

 

ষ্টাফৰিপৰ্টাৰ, ২ ডিচেম্বৰ : বিশ্বকাপ ক্ৰিকেটৰ বাবে দল ঘোষণা বি চি চি আইৰ । অধিনায়কৰ দায়িত্ব ধ্ৰুবচন্দ জুৰেলক । ১৯ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটৰ বাবে দল ঘোষণা কৰিলে বি চি চি আইয়ে সোমবাৰে পূৱা ১৫ জনীয়া দল ঘোষণা কৰিলে বৰ্ডে। অধিনায়কৰ দায়িত্বত আছে ধ্ৰুবচন্দ জুৰেল। দলটোত আছে ষশস্বী জসোয়াল, তিলক বৰ্মা, দিব্যাংশ চাক্সেনা, শাস্বত ৰাওয়াত, দিব্যাংশ জোছি, শুভাঙ্গ হেগড়ে, ৰবি বিঞ্চুই, আকাশ সিং, কাৰ্তিক ত্যাগী, অৰ্থব আঙ্কোলেকৰ, কুমাৰ কুশাগ্ৰ, সুশান্ত মিশ্ৰ আৰু বিদ্যাধৰ পাটিল।

About Staff Reporter

চাব পাৰে

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত প্ৰত্যয়ৰ ব্ৰঞ্জ

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,২৭ নৱেম্বৰ।।। নেপালত ২২,২৩,২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা “নোবেল ইন্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ …

Leave a Reply

Your email address will not be published. Required fields are marked *