Wednesday , June 19 2019
Home / আঞ্চলিক / বিশ্বনাথত স্থাপন হ’ব অভিযান্ত্ৰিক কলেজ-আই টি আই-বি এড ক’লেজ

বিশ্বনাথত স্থাপন হ’ব অভিযান্ত্ৰিক কলেজ-আই টি আই-বি এড ক’লেজ

 

স্কুটি নাপায় শীৰ্ষস্থান দখল কৰা ছাত্ৰীয়ে

 

গুৱাহাটীঃ আজি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাযই বিশ্বনাথ চাৰিআলিত কয় যে শীৰ্ষস্থান দখল কৰা ছাত্ৰীক তেঁও স্কুটী নিদিয়ে বৰঞ্চ চাইকেলহে দিব।কিয়নো ১৮-১৯ বছৰীয়া ছোৱালীয়ে স্কুটী চলাব নাজানে বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছে।তেওঁ লগতে জনায় যে বিশ্বনাথত শিলান্যাস হব অভিযান্ত্ৰিক কলেজৰ, এখন আই টি আই আৰু এখন বি এড কলেজো স্থাপন হব বুলি শিক্ষামন্ত্ৰীজনে আজি বিশ্বনাথত ঘোষণা কৰে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *