Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিষাক্ত সুৰাপান কৰি ৰাজ্যত এইপৰ্যন্ত ১৫৯জনৰ মৃত্যু

বিষাক্ত সুৰাপান কৰি ৰাজ্যত এইপৰ্যন্ত ১৫৯জনৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ২৬ জানুৱাৰী, বিষাক্ত সুৰাপান কৰি ৰাজ্যত এইপৰ্যন্ত ১৫৯জনৰ মৃত্যু হৈছে। গোলাঘাটত আজি আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। থুৰামুখ কাঠকটীয়া গাঁৱত ঘৰ দিপালী হাজৰিকা নামৰ মৃত মহিলাগৰাকীৰ। গোলাঘাটত এইপৰ্যন্ত ৬০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জেএম চি এইচ ত এইপৰ্যন্ত মৃত্যু হৈছে ৭৮জন লোকৰ। কেৱল যোৰহাট জিলাত মৃত্যু হৈছে ৬১জন লোকৰ। জেএম চি এইচ ত মৃত্যু হোৱা ৩৯জন লোক গোলাঘাট জিলাৰ। হাস্পতালখনত মৃত্যু হোৱা ৩৯জন বৰহোলাৰ বাসিন্দা। বিনা চিকিত্সাই বৰহোলাত মৃত্যু ২০জন লোকৰ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *