Saturday , March 23 2019
Home / মহানগৰ / বিহুৰ আনন্দৰ মাজতে গুৱাহাটীৰ ভঙাগড় কালীমন্দিৰত চুৰি

বিহুৰ আনন্দৰ মাজতে গুৱাহাটীৰ ভঙাগড় কালীমন্দিৰত চুৰি

 

 

 

ষ্টাফৰিপৰ্টাৰ, ১৪ জানুৱাৰী, বিহুৰ আনন্দৰ মাজতে গুৱাহাটীৰ ভঙাগড় কালীমন্দিৰত চুৰিৰ ঘটনা সংঘটিত হয়। চোৰে লুটি নিলে মন্দিৰৰ দানপাত্ৰৰ ধন
মন্দিৰৰ কাৰ্যালয়ৰ আলমিৰাতো চোৰৰ লুটপাত।
লুটি নিলে কেইবালক্ষ টকা, প্ৰতিমাৰ সোণৰ আ-অলংকাৰ লুট। মন্দিৰত চুৰিৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

About Staff Reporter

চাব পাৰে

মাদাৰ বৃদ্ধাৱাসত জনপ্ৰিয় অভিনেতা যতিন বৰা

  ষ্টাফৰিপৰ্টাৰ, ১৫ মাৰ্চ, মাদাৰ বৃদ্ধাৱাসত জনপ্ৰিয় অভিনেতা যতিন বৰাই শুকুৰবাৰে ককা আইতাসকলৰ সৈতে কিছু …

Leave a Reply

Your email address will not be published. Required fields are marked *