Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিৰাট কোহলীৰ আন এক অভিলেখ

বিৰাট কোহলীৰ আন এক অভিলেখ

 

ষ্টাফৰিপৰ্টাৰ,১৬ ডিচেম্বৰ, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ মাজতে বিৰাট কোহলীৰ আন এক অভিলেখ। এটা বৰ্ষতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত ২৫০০ৰো অধিক ৰান কৰা বিশ্বৰ প্ৰথমগৰাকী বেটছমেনৰ অভিলেখ গঢ়িলে কোহলীয়ে। বৰ্তমান চলি থকা পাৰ্থ টেষ্টত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৩২৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে ৩টা উইকেটত ১৭২ ৰান সংগ্ৰহ কৰিছে। দ্বিতীয় দিনা খেলৰ শেষলৈ বিৰাট কোহলীয়ে ৮২ আৰু আজিংক্য ৰাহানেই ৫১ৰানত অপৰাজিত হৈ থাকে।

About Staff Reporter

চাব পাৰে

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট …

Leave a Reply

Your email address will not be published. Required fields are marked *