Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / বি এছ ষষ্ঠ সুবিধাৰ সৈতে ভাৰতত উপস্থিত ২০২০ ফৰ্ড এণ্ডেভাৰ

বি এছ ষষ্ঠ সুবিধাৰ সৈতে ভাৰতত উপস্থিত ২০২০ ফৰ্ড এণ্ডেভাৰ

২৯.৫৫ লাখ টকাৰ পৰাই প্ৰদান কৰিব ইন্ধনৰ সংৰক্ষণ, প্ৰদৰ্শন আৰু মূল্য

ষ্টাফৰিপোৰ্টাৰ, ২৭ ফেব্ৰুৱাৰী : ফৰ্ড ইণ্ডিয়াই ২৬ ফেব্ৰুৱাৰীত নতুন ২.০ লিটাৰ ইক ব্লু ইঞ্জিন আৰু বিশ্বৰ সৰ্বপ্ৰথম ১০ স্পীড ট্ৰেন্সমিশ্যনসহ আৰম্ভণিৰ দাম ২৯.৫৫ লাখ টকাত “দ্যা এভেণ্ডাৰ ২০২০” মুকলি কৰে। অদ্বিতীয় অফ ৰোডিং ক্ষমতা, অনবদ্য ব্যয়সাধ্য সেৱা ব্যয় আৰু ১৪ শতাংশ পর্যন্ত ইন্ধন ৰাহি কৰাৰ সক্ষমতাসহ এই বাহন খন মুকলি কৰা হৈছে। ২০২০ ফৰ্ড এভেণ্ডাৰে ভাৰতৰ প্ৰিমীয়াম এছ ইউ ভিৰ খণ্ডত এক নতুন সূচাকাংক স্থাপন কৰিছে। এই সম্পৰ্কে ফৰ্ড ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই কয় ” এভেণ্ডাৰ হৈছে ভাৰতৰ অন্যতম প্রিয় এছ ইউ ভি আৰু ২০১৯ চনত বজাৰৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত উদ্যোগৰ পতন তথা বিকাশ দুয়োদিশকে পৰাস্ত কৰা একমাত্ৰ এছ ইউ ভি।” উল্লেখ ২০২০ এভেণ্ডাৰৰ আৰম্ভণিৰ দামৰ ম্যাদ কেৱল ২০২০ চনৰ ৩০ এপ্ৰিল পৰ্যন্ত হে, ইয়াৰ পৰবৰ্তী সময়ত এ’ শ্বৰূমৰ মূল্য ৭০ হাজাৰ টকা বৃদ্ধি পাব। যি সকল গ্ৰাহকে ৩০ এপ্ৰিলৰ ভিতৰত গাড়ী খন বুক কৰিব তেওঁলোকে আকৰ্ষণীয় উপযোগিতা লাভ কৰিব।

About Staff Reporter

চাব পাৰে

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

  ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *