Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চাবুৱা সমিতি গঠন

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চাবুৱা সমিতি গঠন

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চাবুৱা সমিতি গঠন

চাবুৱাঃ ২৫ আগষ্টঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত চাবুৱা আঞ্চলিক সমিতি খন অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদ চাবুৱা আঞ্চলিক সমিতিৰ কায্যালয়ত গঠন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভৱেন সোনোৱালে লগতে অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিৱ দূৰ্লভ খাউণ্ড, জিলা সমিতিৰ সাংগঠনিক সচিব বিদুৰ দাস, বিত্ত সচিব অৰুপ বৰঠাকুৰ, দেৱজিৎ শইকীয়া। আজিৰ সভাই মনোজ দাস সভাপতি, ভাস্কৰ দাস কায্যকৰী সভাপতি, ৰাজু দাস সচিব প্ৰধান হিচাপে লৈ ২১ জনীয়া এখন শক্তি শালী ৰূপত সমিতি গঠন কৰে।

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *