Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বৃহত্তৰ জাপৰিগোগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ মাহেকীয়া সভা সম্পন্ন

বৃহত্তৰ জাপৰিগোগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ মাহেকীয়া সভা সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ,২৩ মাৰ্চ :: বৃহত্তৰ জাপৰিগোগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ মাহেকীয়া সভাখন ড০ উমা চৰণ শৰ্মাৰ পৌৰোহিত্যত শনিবাৰে জাপৰিগোগ সমন্বয় ভৱনত অনুষ্ঠিত হয়। এই সভাত সৰ্বসন্মতি ক্ৰমে মঞ্চৰ সভাপতি ড০ উমা চৰণ শৰ্মা, সম্পাদক ডাঃ ছৈয়দ অনোৱাৰ হুছেইনে, ধনভৰালী ক্ষুদ্ৰমল চৌধুৰীৰ নেতৃত্বত এটা সজাতি দলে সিদিনা অঞ্চলটোৰ মানুহৰ ঘৰে ঘৰে গৈ কৰ’না ভাইৰাছৰ বিষয়ে লব লগা সাৱধানতাৰ বিষয়ে বহল ভাবে বুজাই আৰু সকলো সময়তে ধৈৰ্য্য তথা মনোবল অটুত ৰাখিবলৈ উৎসাহ দি কোনো কাৰণতে হতাশ নহ’বলৈ আহ্বান জনায়।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *