Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বৃহত্তৰ দিশপুৰ সুৰভি মহিলা সমিতিৰ উদ্যোগত শিল্পী দিৱস পালন

বৃহত্তৰ দিশপুৰ সুৰভি মহিলা সমিতিৰ উদ্যোগত শিল্পী দিৱস পালন

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰী : বৃহত্তৰ দিশপুৰ সুৰভি মহিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে শিল্পী দিৱসৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰা হয়। তাৰ পাছৰ বৃহত্তৰ দিশপুৰ সুৰভি মহিলা সমিতিৰ সদস্য সকলে সমবেত সংগীত পৰিবেশন কৰে। তাৰ পাছত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত হয়।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *