Thursday , April 9 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বৃহত্তৰ হাতীগাৱ সাৰ্বজনীন দুৰ্গা পূজাথলী উন্নয়ন আৰু পৰিচালনা সমিতিৰ সাধাৰণ সভা সম্পন্ন

বৃহত্তৰ হাতীগাৱ সাৰ্বজনীন দুৰ্গা পূজাথলী উন্নয়ন আৰু পৰিচালনা সমিতিৰ সাধাৰণ সভা সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : বৃহত্তৰ হাতীগাৱ সাৰ্বজনীন দুৰ্গা পূজাথলী উন্নয়ন আৰু পৰিচালনা সমিতিৰ উদ্যোগত ২৩ ফেব্ৰুৱাৰীত বজাত হাতীগাৱৰ দুৰ্গা মন্দিৰ পথৰ কেতেকীতলত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সৰ্বসন্মতি ক্ৰমে আগন্তুক ত্ৰি-বাৰ্ষিক (২০২০-২০২৩) চনৰ সমিতি খন ক্ৰমে বিকাশ ৰায়মেধিক সভাপতি, গুনজিত অধিকাৰীক কাৰ্যকৰী সভাপতি, নাৰায়ণ ৰায়মেধিক, পৱন চন্দ্ৰ শৰ্মাক উপ-সভাপতি, দীপাংকৰ ৰায়মেধিক (অংকুৰ) ক প্ৰধান সম্পাদক, সুভাষ শৰ্মা আৰু অতুল চন্দ্ৰ চৌধুৰীক যুটীয়া সম্পাদক, হেমন্ত শৰ্মাক কোষাধ্যক্ষ আৰু ৮ জনীয়া কাৰ্যনিৰ্বাহক সদস্য, সদস্যাক লৈ গঠন কৰা হৈছে বুলি এক বিবৃতি যোগে সমিতিৰ প্ৰধান সম্পাদক দীপাংকৰ ৰায়মেধি (অংকুৰ) য়ে জনায়।

About Staff Reporter

চাব পাৰে

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ৰীতা দাস হজৰিকাই দুখীয়াৰ মাজত বিলালে সামগ্ৰী

  ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত …

Leave a Reply

Your email address will not be published. Required fields are marked *