Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ

বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ

 

ষ্টাফৰিপৰ্টাৰ, ৫ ডিচেম্বৰ, বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এলৰ গুৰুত্বপূৰ্ণ মেচখন ১-১ গ’লৰ ব্যৱধানত ড্ৰ হয়। এন ই ইউ এফ চি ৰ হৈ গ’ল দিয়ে ফেদাৰিকো গালেগ’ৱে। চেংক গিলছেনে দিয়ে বেংগালুৰুৰ হৈ গ’লটো। মেচখনত ড্ৰ’ৰে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰে। ২৩ পইণ্টেৰে শীৰ্ষস্থান অক্ষুণ্ণ বেংগালুৰু এফ চিৰ। ১৯ পইণ্টেৰে দ্বিতীয় স্থানত আছে এন ই ইউ এফ চি আই।

About Staff Reporter

চাব পাৰে

কাইলৈ গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ

    ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, বুধবাৰে গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব। …

Leave a Reply

Your email address will not be published. Required fields are marked *