Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ব্যতিক্ৰমী ৰূপত পাভৈৰ বিহু

ব্যতিক্ৰমী ৰূপত পাভৈৰ বিহু

অসম ছাত্র সংস্থা  পাভৈ  আঞ্চলিক ছাত্র সংস্থাৰ উদ্যোগত বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয় ৰাইজৰ সহযোগত মুকলি বিহু আৰু বাৰীবোৰণিয়া সাংস্কৃতিক  সমাৰোহ অনুষ্ঠান

 

বিশ্বনাথৰ পৰা ইকু মণি শইকীয়াৰ ৰিপৰ্ট

 

বিশ্বনাথৰ তেনেই পিছপৰা অৰুণাচল সীমান্তৰ এক অঞ্চল পাভৈত আজি এইদৰে বাপতিশাওন ৰঙালী বিহুটি   বিশ্বনাথৰ পাভৈ ছাত্র সংস্থাৰ উদ্যোগত এইদৰে এক বেতিক্ৰমিক  বাপতিশাওন ৰঙালী বিহুটি উদযাপন  কৰা  হৈছে । এই কাৰ্যসূচীত বিশ্বনাথৰ নৱ পাৰিজাত বিহুৱা দলে  শুভা আৰম্ভণি কৰে আৰু ইয়াত উপস্থিত আছে  অহেতুক  খ্যাত  অমৃতা গগৈ আৰু বিশ্বনাথ চাৰিআলিৰ উপায়ুক্ত মহোদয় আৰু বিশ্বনাথৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া থাকি এই কাৰ্য ভাগ সুপৰিচালিত ভাবে আগ বঢ়াই নিয়াত সহায় সহযোগিতা কৰিছে

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *