Saturday , March 23 2019
Home / চিত্ৰ-সংবাদ / বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা

বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা। বিমানবন্দৰত অভিনেত্ৰীগৰাকীক উষ্ম আদৰণি জনায় অনুৰাগীসকলে‌। বিমানবন্দৰৰ পৰা পোনে পোনে চিৰাঙলৈ ৰাওনা অভিনেত্ৰীগৰাকী। চিৰাঙত অনুষ্ঠিত হোৱা দৈজিং মেলাত অংশগ্ৰহণ কৰিব মালাইকাই।

About Staff Reporter

চাব পাৰে

২২ মাৰ্চত মুক্তি লাভ কৰিব নতুন অসমীয়া চলচ্চিত্ৰ “কানিন”

    ষ্টাফ ৰিপোৰ্টাৰ,,,৩ মাৰ্চ।।।। ৰীতা চৌধুৰীৰ উপন্যাসৰ আধাৰত নিৰ্মিত ছবি “কানিনৰ” “শুই থকা আবেগ” …

Leave a Reply

Your email address will not be published. Required fields are marked *