Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ভাগ্যৱতী কছাৰীক অসম বক্সিং সন্থাৰ সম্বৰ্ধনা

ভাগ্যৱতী কছাৰীক অসম বক্সিং সন্থাৰ সম্বৰ্ধনা

ষ্টাফৰিপোৰ্টাৰ: পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণপদকৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সম্মান লাভ কৰা অসমৰ ভাগ্যৱতী কছাৰীক দেওবাৰে অসম বক্সিং সন্থাই সম্বৰ্ধনা জনায়। ভাগ্যৱতীয়ে বিশ্ব বক্সিঙৰ বাবেও ভাৰতীয় ছিনিয়ৰ মহিলা দলত স্থান লাভ কৰিছে। দলটোত আছে অসমৰ আনগৰাকী বক্সাৰ লাভলিনা বুঢ়াগোহাঁই।

About Staff Reporter

চাব পাৰে

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট …

Leave a Reply

Your email address will not be published. Required fields are marked *