Thursday , April 9 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ভাৰত আৰু শ্ৰীলংকাৰ টি 20 খেল বাতিল

ভাৰত আৰু শ্ৰীলংকাৰ টি 20 খেল বাতিল

 

ষ্টাফৰিপোৰ্টাৰ, ৫ জানুৱাৰী : বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু শ্ৰীলংকাৰ টি 20 খেলখন বতৰৰ বাবে বাতিল কৰা হ’ল৷ খেলখন বাতিল হ’লেও উপস্থিত থকা দৰ্শকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ষ্টেডিয়াম কঁপাই তোলে৷ “কা” বিৰোধিতাৰে দৰ্শকসকলে সৰ্বানন্দ সোনোৱাল গ’বেক হিমন্ত বিশ্ব শৰ্মা গ’বেক শ্ল’গান দিয়ে।

About Staff Reporter

চাব পাৰে

মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত

*মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত* প্ৰতিবেদক, ৰঙিয়া, ৩ নৱেম্বৰ : মধ্য কামৰূপ ক্ৰীড়া …

Leave a Reply

Your email address will not be published. Required fields are marked *