Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ভিভোৰ শেহতীয়া স্মাৰ্ট ফোন “V11 Pro” মুকলি

ভিভোৰ শেহতীয়া স্মাৰ্ট ফোন “V11 Pro” মুকলি

 

ষ্টাফ ৰিপোৰ্টাৰ: দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ভিভোয়ে সোমবাৰে মুকলি কৰিলে ২৫ এম পি যুক্ত এ আই কেমেৰা, ৬ কে জি ৰেম +৬৪ জি বি মেম’ৰি কাৰ্ড সমবৃদ্ধ তেওঁলোকৰ শেহতীয়া স্মাৰ্ট ফোন “V11 Pro”। সোমা বাৰে গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত এই ফোনটো মুকলি কৰে ভিভোৰ অসমৰ উপ মহাপ্ৰবন্ধক পাৰ্থপ্ৰতিম হাজোৱাৰী আৰু উত্তত পূবৰ উপ মহাপ্ৰবন্ধক ৰাহুল দাসে। উল্লেখ য এই ফোনটোৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে যেনে স্কীনৰ আকাৰ ৬০.২৯ চিএম তথা বেটাৰী ৩৪০০এম এএইচ আৰু ওজন ১৫০ গ্ৰাম। গতিকে এই সকলো ধৰণৰ সুবিধা যুক্ত ফনটোৱে গ্ৰহকক বাৰুকৈয়ে উপকৃত কৰিব বুলি আশা কৰিছে ভিভৰ লগত জড়িত কৰ্ম কৰ্তা সকলে।

About Staff Reporter

চাব পাৰে

এ চি এম এৰ উদ্যোগত তৃতীয় বাৰৰ বাবে গুৱাহাটীত উত্তৰ পূৱ আফটাৰ মাৰ্কেট মেলাৰ আয়োজন

  ষ্টাফ ৰিপোৰ্টাৰ।।।।,,,,, ৬ ডিচেম্বৰ।।। ভাৰতৰ যান বাহন নিৰ্মাণৰ প্ৰতিষ্ঠান এচিএমএ য়ে অনুষ্ঠিত কৰিব ওলাইছে …

Leave a Reply

Your email address will not be published. Required fields are marked *