Monday , November 18 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ভূটান ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী

ভূটান ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী

 

ষ্টাফৰিপৰ্টাৰ, ১৮ আগষ্ট :ভূটান ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূটানত আজি মোদীৰ দ্বিতীয়টো দিন। শিক্ষাৰ্থীৰে বাৰ্তালাপ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে। ৰয়েল বিশ্ববিদ্যালয়ত উদাত্ত ভাষণ দিয়ে মোদীয়ে।
ভূটানৰ সৈতে ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। লগতে
কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

About Staff Reporter

চাব পাৰে

মা কামাখ্যাৰ আশিস ললে অমিত শ্বাহে

  ষ্টাফৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰ : নীলাচলৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *