Monday , February 17 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভেৰগাঁৱৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত উখলমাখল পৰিবেশ

ভেৰগাঁৱৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত উখলমাখল পৰিবেশ

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰী :
ভেৰগাঁৱৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত উখলমাখল পৰিবেশ বিৰাজ কৰিছে।
কাইলৈৰ পৰা ২০-২২ জানুৱাৰীলৈ ৫৯ সংখ্যক বড়ো সাহিত্য সভা অনুষ্ঠিত হ’ব।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বড়ো সাহিত্য অনুৰাগী উপস্থিত হৈছে দাউহাৰু পথাৰত ।
কাইলৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ,ত্ৰিপুৰা,অৰুনাচল,নাগালেণ্ডৰ লগতে চুবুৰীয়া ৰাষ্ট নেপাল,ভূটান আৰু বাংলাদেশৰ পৰাও যথেষ্ট সংখ্যক বড়োমূলীয় লোক অংশগ্ৰহণ কৰিব ৷

About Staff Reporter

চাব পাৰে

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

  অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *