Saturday , January 25 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ভোগালীৰ আদৰণি গীতে মাতে এসন্ধ্যা” শীৰ্ষক অনুষ্ঠান সম্পন্ন

ভোগালীৰ আদৰণি গীতে মাতে এসন্ধ্যা” শীৰ্ষক অনুষ্ঠান সম্পন্ন

 

ষ্টাফৰিপোৰ্টৰ, ১৩ জানুৱাৰী : দিছ্পুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত ভোগালী বিহুৰ লগত সংগতি ৰাখি দেওবাৰে সন্ধিয়া গণেশ উদ্যানত “ভোগালীৰ আদৰণি গীতে মাতে এসন্ধ্যা” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। দিছ্পুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জ মোহন ৰায়ে আঁত ধৰা এই অনুষ্ঠানত শিল্পী তৰুলতা কুটুম, গিতালি কাকতি, আৰোহণ বৰদলৈ, জিতুল জুমন, গীত নিপু, মুন্না দ্বীপ, ৰিয়ান ৰাজ, শিশু শিল্পী বিনীত কলিতা আদিৰ লগতে উদয় শংকৰ ভূঞাই কৌতুক পৰিবেশন কৰে। এই অনুষ্ঠানত দিছ্পুৰ প্ৰেছ ক্লাৱৰ সদস্য সকলৰ লগতে বৃহত্তৰ গণেশ গুৰি বাসী ৰাইজৰ লগতে কলাপ্ৰেমী ৰাইজ উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *