Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / মণিপুৰ কংগ্ৰেছত অভাৱনীয় সংকট

মণিপুৰ কংগ্ৰেছত অভাৱনীয় সংকট

 

ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : মণিপুৰ কংগ্ৰেছত অভাৱনীয় সংকট। নিৰ্বাচনী বিপৰ্যয়ৰ পাছত কংগ্ৰেছত নতুন সংকট
পদত্যাগ কৰিলে মণিপুৰৰ ১২ জন কংগ্ৰেছ বিধায়কে।
দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিলে বিধায়ককেইজনে।
দলৰ বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ সিদ্ধান্ত।

About Staff Reporter

চাব পাৰে

অৰুন জেটলীৰ সোমবাৰে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

  ষ্টাফৰিপৰ্টাৰ, ১৯ আগষ্ট : নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন প্ৰাক্তন কেন্দ্ৰীয় বিত্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *