Wednesday , June 19 2019
Home / আঞ্চলিক / মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ

 

ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ তৰা হৈছে। লখিমপুৰৰ লালুক থানাত মন্ত্ৰীজনৰ বিৰুদ্ধে এই গোচৰ তৰা হৈছে। ছাত্ৰ মুক্তিৰ সদস্যই তৰিলে এই গোচৰ।
ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশী অসমলৈ অনাৰ কথা কৈছিল মন্ত্ৰীজনে
আজমলক ৰোধৰ বাবে হিন্দু বাংলাদেশীক অনাৰ পোষকতা কৰিছিল হিমন্তই।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *