Monday , November 19 2018
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ‘মন কী বাত’ অনুষ্ঠানত দেশৰ সৈনিকৰ অৱদানক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

‘মন কী বাত’ অনুষ্ঠানত দেশৰ সৈনিকৰ অৱদানক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ষ্টাফৰিপোৰ্টাৰ :  ছাৰ্জিকেল ষ্ট্ৰাইকৰ দুবছৰ সম্পূৰ্ণ প্ৰসংগৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰে ‘মন কী বাত’ অনুষ্ঠান। প্ৰতিজন ভাৰতীয়ই চাৰ্জিকেল ষ্ট্ৰাইকৰ সফলতাত গৌৰৱ কৰা উচিত বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে বিশ্বৰ ভিতৰতে শক্তিশালী সেনাৰ শাৰীত বায়ুসেনা পৰিগণিত হোৱা বুলি মন্তব্য কৰি ১৯৬৫ আৰু কাৰ্গিল যুদ্ধত বায়ুসেনাৰ অৱদান অতুলনীয় বুলি ক’লে মোদীয়ে। ইফালে নৌসেনাৰ কমাণ্ডাৰ অভিলাষ টমী প্ৰসংগও উত্থাপন কৰে মন কী বাত অনুষ্ঠানত। আনহাতে মন কী বাতত মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীকো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

About Staff Reporter

চাব পাৰে

হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খলন

ষ্টাফৰিপোৰ্টাৰ,, হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খল। বান-ভূমিস্খলনত আৱদ্ধ অসমৰ শতাধিক লোক। চম্বা জিলাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *