Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মহাঅম্বুবাচি মেলা উপলক্ষে ন ৰূপেৰে সাজু হৈ উঠিছে শক্তি পিঠ কামাখ্যা ধাম

মহাঅম্বুবাচি মেলা উপলক্ষে ন ৰূপেৰে সাজু হৈ উঠিছে শক্তি পিঠ কামাখ্যা ধাম

মহাঅম্বুবাচি মেলা উপলক্ষে ন ৰূপেৰে সাজু হৈ উঠিছে শক্তি পিঠ কামাখ্যা ধাম

গুৱাহাটীৰ প্ৰতিবেদক।।২১ জুন,মহাঅম্বুবাচি মেলা উপলক্ষে ন ৰূপেৰে সাজু হৈ উঠিছে শক্তি পিঠ কামাখ্যা ধাম। এই উপলক্ষে সোণাৰাম হাইস্কুল খেলপথাৰত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ড০ হিমন্ত বিশ্ব শৰ্মা, চন্দন ব্ৰহ্ম, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ জিলা উপায়ুক্ত, কামাখ্যা দেৱালয়ৰ সৰু দলে–বৰ দলে আৰু আৰক্ষী আয়ুক্ত হীৰেন নাথ। বন্তি প্ৰজ্বলনেৰে অম্বুবাচী মেলা উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেলা উপলক্ষে বিভিন্ন ভক্তৰ সমাবেশ ঘটিছে। কাইলৈৰ পৰা মহাঅম্বুবাচি মেলা আৰম্ভ হব।।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *