Wednesday , January 29 2020
Home / মহানগৰ / মহানগৰীত পুনৰ দিন ডকাইতি

মহানগৰীত পুনৰ দিন ডকাইতি

 

ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ :
মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে। ডকাইতে এজন বৃদ্ধৰ পৰা লুটিলে ২ লাখ টকা। কাহিলীপাৰাৰ চেন্ট্রেল বেংকৰ সন্মুখৰ পৰা ধন লুট কৰে। কন্যাৰ বিবাহৰ বাবে বেংকৰ পৰা উলিয়াইছিল ধন। বাইকত অহা দুই দুৰ্বৃত্তই লুটি নিলে ধনখিনি।

About Staff Reporter

চাব পাৰে

পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ”

  ষ্টাফৰিপোৰ্টাৰ ২৭ জানুৱাৰী : পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ” কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *