Monday , August 26 2019
শেহতীয়া খবৰ
Home / মহানগৰ / মহানগৰীত বিপদসীমাৰ ২২ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

মহানগৰীত বিপদসীমাৰ ২২ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

 

ষ্টাফৰিপৰ্টাৰ, ১৩ জুলাই, মহানগৰীত বিপদসীমাৰ ২২ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। প্ৰতি ছেকেণ্ডত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। মহাবাহুৰ বানে অশনি সংকেত কঢ়িয়াই আনিছে মাছখোৱা, ফাঁচীবজাৰলৈ।

About Staff Reporter

চাব পাৰে

গুৱাহাটীত নৰ্থ ইষ্ট মেডিকেল এক্সপো আৰম্ভ

  ষ্টাফৰিপৰ্টাৰ,,২৩ আগষ্ট ।। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে চিকিৎসা আৰু হাস্পতালৰ অন্যান্য …

Leave a Reply

Your email address will not be published. Required fields are marked *