Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মহানগৰীৰ উলুবাৰীত বিধ্বংসী অগ্নিকাণ্ড

মহানগৰীৰ উলুবাৰীত বিধ্বংসী অগ্নিকাণ্ড

ষ্টাফৰিপোৰ্টাৰ, ৩০আগষ্ট মহানগৰীৰ উলুবাৰীত বিধ্বংসী অগ্নিকাণ্ড আজি হয়। এইছ ডি এফ চি বেংকৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে কেইবাটাও ঘৰ। অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ কেইবাটাও চিলিণ্ডাৰ।৪ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা।
অগ্নিকাণ্ডত ভস্মীভূত ৩ ব্যৱসায়িক প্ৰতিষ্ঠান, ৪টা ঘৰ
অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ আতংক
বি কে কাকতি পথেৰে যাতায়ত বন্ধ কৰি দিয়ে আৰক্ষীয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *