Monday , November 19 2018
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা*

মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা*

*মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা*

গুৱাহাটীৰ প্ৰতিবেদক, ৭জুলাই, মাইম একাডেমী গুৱাহাটীৰ উদ্যোগত ১৬ জুলাই ৰ পৰা ২৫ জুলাই মূকাভিনয় কৰ্মশালাৰ আয়োজন কৰিছে। সংগীত নাটক অকাডেমি ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মূকাভিনেতা মইনুল হকৰ তত্বাৱধানত প্ৰশিক্ষণ প্ৰদান কৰা হব। গুৱাহাটীৰ আমবাৰীত অৱস্থিত মাইম একাডেমিত এই কৰ্মশালা অনুস্থিত হব । ১৫ বছৰৰ ওপৰৰ আগ্ৰহী শিক্ষাৰ্থীক ৯৮৬৪০-২৪২০৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ মাইম অকাডেমি, গুৱাহাটীৰ তৰফৰ পৰা জনাইছে।

About Staff Reporter

চাব পাৰে

অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি

ষ্টাফৰিপোৰ্টাৰ: অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি। ৰাজ্যৰ ৩৯টা ছবিগৃহত সগৌৰৱে চলিছে ছবিখন। মহানগৰীৰ কেইবাটাও …

Leave a Reply

Your email address will not be published. Required fields are marked *