Wednesday , March 20 2019
Home / আঞ্চলিক / মাধ্যমিক শিক্ষা পৰিষদৰ সভাগৃহত অনুষ্ঠিত স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

মাধ্যমিক শিক্ষা পৰিষদৰ সভাগৃহত অনুষ্ঠিত স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

 

ষ্টাফৰিপৰ্টাৰ, ৩ জানুৱাৰী, মাধ্যমিক শিক্ষা পৰিষদৰ সভাগৃহত অনুষ্ঠিত স্নাতকোত্তৰ শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ৯খন জিলাৰ মুঠ ১০৪গৰাকী শিক্ষকক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকি নিযুক্তি পত্ৰ বিতৰণ কৰে শিক্ষকসকলক।

‘ন্যায়ালয়ত সবাতোকৈ গোচৰ থকা বিভাগ হৈছে শিক্ষা বিভাগ’
‘ইয়াৰ বাবেই নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিলো আমি’
‘আজি প্ৰথম পৰ্যায়ত ১০৪গৰাকী শিক্ষকক দিয়া হ’ল নিযুক্তি’
‘শীঘ্ৰে পৰ্যায়ক্ৰমে খালী থকা পদবোৰ পূৰণ কৰিব পাৰিম আমি’
সংবাদ মাধ্যমৰ আগত এই মন্তব্য শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ”।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *