Monday , November 19 2018
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন

মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন

 

ষ্টাফৰিপৰ্টাৰ: আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ ওপজা দিন। দেশজুৰি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিজ্ঞানীগৰাকীক স্মৰণৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন। অসমৰো প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল এইগৰাকী মহান বিজ্ঞানীয়ে। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত মহাপ্ৰয়াণ ঘটিছিল ড০ কালামৰ।

About Staff Reporter

চাব পাৰে

হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খলন

ষ্টাফৰিপোৰ্টাৰ,, হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খল। বান-ভূমিস্খলনত আৱদ্ধ অসমৰ শতাধিক লোক। চম্বা জিলাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *