Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / মিজোৰামৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

মিজোৰামৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

 

ষ্টাফৰিপৰ্টাৰ, ১৪ ডিচেম্বৰ, কাইলৈ মিজোৰামত নতুন চৰকাৰৰ শপতগ্ৰহণ। মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব জোৰামথাংগাই। কেইবাগৰাকী নেতাই ভাগ ল’ব মিজোৰামৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত। উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তও।

About Staff Reporter

চাব পাৰে

আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম — সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, “আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি …

Leave a Reply

Your email address will not be published. Required fields are marked *