Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভা গুৱাহাটীত

মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভা গুৱাহাটীত

মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভা গুৱাহাটীত

ষ্টাফৰিপৰ্টাৰ, ৩০ নৱেম্বৰ, মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল কৰি গুৱাহাটীত উপস্থিত হ’ল অসম সন্তান গোলাপ ৰাভা। সুদূৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে গোলাপ ৰাভাই। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শৰীৰ চৰ্চাবিদগৰাকীক উষ্ম আদৰণি জনালে বিভিন্নজনে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *