Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মুকালমুৱাৰ বাছ দুৰ্ঘটনাস্থলীত আজিও উদ্ধাৰ অভিযান

মুকালমুৱাৰ বাছ দুৰ্ঘটনাস্থলীত আজিও উদ্ধাৰ অভিযান

 

ষ্টাফৰিপৰ্টাৰ: মুকালমুৱাৰ বাছ দুৰ্ঘটনাস্থলীত আজিও উদ্ধাৰ অভিযান চলোৱা হয়। পানীৰ তলত মৃতদেহ থকাৰ সন্দেহত অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF-এ। ঘটনাস্থলীত উপস্থিত হয় জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস। উল্লেখ্য শনিবাৰে বিয়লি নিয়ন্ত্ৰণ হেৰুৱাই বিলত বাগৰি পৰিছিল পৰিবহণ নিগমৰ এখন বাছ। ফলত থিতাতে নিহত হৈছিল ৫জন লোক। আহত হৈছিল ২১গৰাকী যাত্ৰী। বাছখনত কিমান যাত্ৰী আছিল সেয়া সেয়া স্পষ্ট কৰা নাই জিলা প্ৰশাসনে৷

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *