Wednesday , June 19 2019
Home / আঞ্চলিক / মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণত আহত অমিত কেনছেলক উন্নত চিকিৎসাৰ বাবে এইমচত ভৰ্তি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণত আহত অমিত কেনছেলক উন্নত চিকিৎসাৰ বাবে এইমচত ভৰ্তি

 

ষ্টাফৰিপৰ্টাৰ, ২২ মে’: গুৱাহাটী মহানগৰীৰ জু-ৰোডত সংঘটিত গ্ৰেনেড বিস্ফোৰণত আহত হৈ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ থকা অমিত কেনছেলৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশক্ৰমে বুধবাৰে বিমান যোগে তেওঁক নতুন দিল্লীলৈ লৈ যোৱা হয়। কেনছেলক তৎকালীন ভাৱে এইমচত ভৰ্তি কৰি চিকিৎসা ইতিমধ্যে আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী সোনোৱালে অমিত কেনছেলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *