Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ

 

ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ। ৰাজ্যিক নিৰ্বাচন আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে প্ৰদেশ কংগ্ৰেছে। দৰঙৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে মুখ্যমন্ত্ৰীৰ সভাৰ বাবে ১২ বজাতে স্কুল ছুটী দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক সভাত অংশগ্ৰহণ কৰোৱাৰ অভিযোগ।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *