Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / মেগা এন্টাৰটেইণ্টমেণ্টৰ উদ্যোগত ২৯ আৰু ৩০ জুনত "গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

মেগা এন্টাৰটেইণ্টমেণ্টৰ উদ্যোগত ২৯ আৰু ৩০ জুনত "গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

মেগা এন্টাৰটেইণ্টমেণ্টৰ উদ্যোগত ২৯ আৰু ৩০ জুনত “গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

গুৱাহাটীৰ প্ৰতিবেদক ।।। 22 জুন,,,,, গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰাণ্ড ফিনালে ২৯ আৰু ৩০ জুনত গুৱাহাটীৰ আই.টি.এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব। শুকুৰবাৰে মেগা এন্টাৰটেইণ্টমেণ্টৰ উদ্যোগত ৰং দে বাসন্তী আৰবান ধাবাত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে মেগা এন্টাৰটেইণ্টমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিৎ সিন্হাই তেঁও কয়-নৱম গাৰ্ণিযাৰ মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ডফিনালে আই টি.এ সাংস্কৃতিক প্ৰকল্পত ২৯ জুনৰ সন্ধিয়া ৭বজাৰ পৰা অনুষ্ঠিত হ’ব। আনহাতে ৩০ জুনত সন্ধিয়া ৭ বজাৰ পৰা আই. টি.এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ১৬ সংখ্যক ছানছিল্ক মেগা মিছ নর্থ ইষ্ট প্ৰতিযোগিতা। ফাইনেলিষ্টসকলক নিৰ্বাচন কৰা হৈছে আগৰতলা, ইটানগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ আৰু গুৱাহাটীত পহিলা জুনৰ পৰা ১১ জুনলৈ অনুষ্ঠিত এখনি অডিচনৰ জৰিয়তে। এই অডিচনৰ জৰিয়তে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক সকলে ৫০ গৰাকী যুৱতীক নিৰ্বাচন কৰে। ছানছিল্ক মেগা নৰ্থ ইষ্টৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ৫০ গৰাকী যুৱকক নিৰ্বাচন কৰে।
“গাৰ্ণিয়াৰ মেন মিষ্টাৰ নৰ্থ ইষ্টৰ বাবে ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ ৰ বিজয়ী প্ৰতিযোগী গৰাকীয়ে লাভ কৰিব প্ৰায় ৭ লাখ টকাৰ প্ৰাইজ, পেকেজ যত থাকিব বিজয়ীৰ মুকুট আৰু ছানছিল্ক মেগা মিছ নর্থ ইষ্ট ২০১৮ৰ ছেছ , ১ লাখ টকাৰ নগদ পুৰস্কাৰ, ছানছিল্ক প্ৰিন্ট আৰু আউট’ডৰ কেম্পেনীঙৰ মুখ্ হোৱাৰ সুযোগ, গাৰৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগিজনে লাভ কৰিব প্ৰায় ৫ লাখ টকাৰ প্রাইজ পেকেজ।য’ত থাকিব গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ ৰ ছেছ আৰু ট্ৰফী তথা এক লাখ টকাৰ নগদ পুৰস্কাৰ। দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্রাইজ পেকেজৰ সৈতে থাকিব ডুবাইলৈ ৰাউণ্ড ট্ৰীপ , এক আন্তৰ্জাতিক স্থানত ফটোশ্বুট ইত্যাদি। এই বছৰ মেগা ইন্টাৰটেইণ্টমেন্টে সমাজৰ প্রতি এক দায়বদ্ধ সংস্থা হিচাবে বায়’ডাভাভাৰ্চিটী , ফৰ পোষ্টাৰিটী এণ্ড প্ৰছপাৰিটি শীৰ্ষক মুক্ষ বিষয়েৰে উল্লেখনীয় জৈৱ বৈচিত্ৰ্য সামাজিক সজাগতা সৃষ্টি আছাম টেষ্ট বায়’ডাইভাৰ্চিটী বোর্ড চমুকৈ এ এছ বিবিৰ সৈতে সংযুক্ত হৈছে। ডিজাইনাৰ নিতু কছাৰী আৰু দীপিকা য়েংখম ক্ৰমে ছেমিফিনালে আৰু গ্ৰেণ্ড ফিনালেৰ বাবে গাউন ডিজাইন কৰিব। গ্ৰেণ্ডফিনালেৰ দিনা সামৰণি অনুষ্ঠানত মেৰী খাইৰিয়েম মেগা নর্থ ইষ্ট ২০১৭ সুমন লিংথৌজাম মেগা নৰ্থ ইষ্ট ২০১৭ মুকুট পিন্ধাব

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *