Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

 

ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গভীৰ শোক প্ৰকাশ কৰে । মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ শোক প্ৰকাশ কৰে ৷ উত্তৰ পূৰ্বাঞ্চলে এগৰাকী দক্ষ আৰু শক্তিশালী আঞ্চলিকতাবাদী ৰাজনৈতিক নেতাক হেৰুৱালে বুলি বৰাই মতপোষণ কৰে৷

About Staff Reporter

চাব পাৰে

ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই–মুমিনুল আৱাল

ষ্টাফৰিপৰ্টাৰ, ২৮ জুলাই: ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই বুলি মন্তব্য বিজেপিৰ ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *