Saturday , January 18 2020
শেহতীয়া খবৰ
Home / Business / মেডিলাইফৰ চিকিৎসা সেৱাত ৩০ শতাংশ ৰেহাই

মেডিলাইফৰ চিকিৎসা সেৱাত ৩০ শতাংশ ৰেহাই

গুৱাহাটীঃ ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰখনত প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ মূল্যতে চিকিৎসা প্ৰাপ্তিৰ বাবে কাম কৰি অহা অনুষ্ঠান মেডিলাইফে এইবাৰ নিজৰ সদস্য তথা গ্ৰাহকৰ প্ৰতি আগবঢ়াইছে ৩০ শতাংশ ৰেহাইৰ ব্যৱস্থা। মেডিলাইফৰ যোগেদি হিতাধিকাৰীয়ে লাভ কৰা চিকিৎসাসেৱাৰ ক্ষেত্ৰত এই ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসালয়, ডায়েগনষ্টিলক লেব টেষ্ট, হেলথ পেকেজ, মেডিকেল পৰ্যটন আদিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে এই আকৰ্ষণীয় ৰেহাই আগবঢ়াইছে। আনহাতে প্ৰতিষ্ঠানটোৱে বিভিন্ন ঠাইত প্ৰসাৰৰ সুবিধাৰ হেতু জিলা পৰ্যায়ত সহযোগী বিচাৰিছে। এইক্ষেত্ৰত সৱিশেষৰ বাবে ইচ্ছুক সকলে ৮৪৮৬১-০০১২৪ নম্বৰত যোগা়যোগ কৰিব পাৰিব বুলি জনাইছে প্ৰতিষ্ঠানটোৱে।

About Staff Reporter

চাব পাৰে

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *