Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

 

ষ্টাফৰিপৰ্টাৰ, ৩১ মে’ :মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে। অমিত শ্বাহক গৃহমন্ত্ৰীৰ দায়িত্ব । নিৰ্মলা সীতাৰমণক বিত্তমন্ত্ৰী, ৰাজনাথ সিং দেশৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী,
পীয়ুষ গোৱেলক ৰে’ল, উদ্যোগ আৰু বাণিজ্য দপ্তৰ,
নীতিন গাডকাৰীক পথ পৰিবহণৰ দায়িত্ব,
ৰবিশংকৰ প্ৰসাদক আইন, যোগাযোগ, তথ্য প্ৰযুক্তি দপ্তৰ
প্ৰকাশ জাভড়েকাৰক তথ্য আৰু সম্প্ৰচাৰ দপ্তৰ,
নৰেন্দ্ৰ সিং টোমৰক কৃষি, গ্ৰামোন্নয়ন দপ্তৰ,
সুব্ৰমণিয়ম জয়শংকৰক বিদেশ মন্ত্ৰীৰ দায়িত্ব,
স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুক ক্ৰীড়া আৰু যুৱকল্যাণ দপ্তৰ
লগতে সংখ্যালঘু পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ৰিজিজুক,
ৰামেশ্বৰ তেলী খাদ্য প্ৰস্তুতকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী,
ডাঃ হৰ্ষবৰ্ধনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ দপ্তৰ
ধৰ্মেন্দ্ৰ প্ৰধানক পেট্ৰ’লিয়াম, তীখা দপ্তৰৰ দায়িত্ব
মুখতাৰ আব্বাছ নকভীক সংখ্যালঘু পৰিক্ৰমা দপ্তৰ
সামাজিক ন্যায় দপ্তৰ থাৱৰচান্দ গেহলটক,
সদানন্দ গৌড়া সাৰ আৰু ৰসায়ন দপ্তৰ,
স্মৃতি ইৰাণীক নাৰী আৰু শিশু কল্যাণ দপ্তৰ,
ৰামবিলাস পাছোৱানক উপভোক্তা পৰিক্ৰমা দপ্তৰ,
হৰছিমৰাট কৌৰ বাদল- খাদ্য প্ৰস্তুতকৰণ দপ্তৰ,
ৰমেশ পোখৰিয়াল- মানৱ সম্পদ উন্নয়ন দপ্তৰ,
জনজাতি পৰিক্ৰমা দপ্তৰ অৰ্জুন মুণ্ডাক,
প্ৰহ্লাদ যোশীক কয়লা আৰু খনি, সংসদীয় পৰিক্ৰমা দপ্তৰ
ডঃ মহেন্দ্ৰ নাথ পাণ্ডেক দক্ষতা বিকাশ দপ্তৰ
অৰৱিন্দ স্বাৱন্তক গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰ
গিৰিৰাজ সিঙক পশুপালন আৰু মীন দপ্তৰ
গজেন্দ্ৰ সিং শ্বেখাৱটক জলশক্তি দপ্তৰৰ দায়িত্ব
সন্তোষ গাংৱাৰক শ্ৰম আৰু নিয়োগ দপ্তৰ
উত্তৰ-পূব বিকাশ দপ্তৰৰ দায়িত্ব ডঃ জিতেন্দ্ৰ সিঙক
হৰদীপ সিং পুৰীক অসামৰিক বিমান পৰিবহণ দপ্তৰ
অনুৰাগ সিং ঠাকুৰক বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব,
বাবুল সুপ্ৰিয়ক পৰিৱেশ, বন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।

About Staff Reporter

চাব পাৰে

সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি-তৰুণ গগৈ

  ষ্টাফৰিপৰ্টাৰ, ৬ জুন, সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই …

Leave a Reply

Your email address will not be published. Required fields are marked *