Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ম্যানমাৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি নকৰে এন এছ চি এন (কে) -এ

ম্যানমাৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি নকৰে এন এছ চি এন (কে) -এ

 

ষ্টাফৰিপৰ্টাৰ, ৩ জুন, ম্যানমাৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি নকৰে এন এছ চি এন (কে) -এ। সাৰ্বভৌম নাগালিমৰ বাবে চলাই যাব সংগ্ৰাম। দেশজোৰা যুদ্ধবিৰতি (এন চি এ)ক অমূলক আখ্যা। ‘নাম মাত্ৰ যুদ্ধবিৰতিৰ নাই কোনো মূল্য, সাৰ্বভৌমত্বৰ বাবে সকলো মূল্য দিবলৈ সাজু।’– বাৰ্মিজ সেনাৰ হুংকাৰৰ পিছতেবাএন এছ চি এন (কে) ৰ ঘোষণা। উল্লেখ দেওবাৰে হুংকাৰ দিছিল বাৰ্মিজ সেনাই।

About Staff Reporter

চাব পাৰে

লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

  ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা। ৰাজস্থানৰ কোটাৰ বিজেপি সাংসদ বিৰলা।আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *