Wednesday , March 20 2019
Home / আঞ্চলিক / মৰমলেণ্ডৰ নাৰী শক্তি বঁটা প্ৰদান

মৰমলেণ্ডৰ নাৰী শক্তি বঁটা প্ৰদান

 

ষ্টাফৰিপৰ্টাৰ, ২৩ ডিচেম্বৰ, অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে মৰমলেণ্ড ৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত আৰু মৰমলেণ্ড নিউজ তথা ডকট্ৰিছ লাইফ ছায়েঞ্চৰ সহযোগত নাৰীসৱলীকৰণ কাৰ্য্যসূচীৰ অংশ হিচাপে ৱ’ মেন লিডাৰশ্বীপ অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যত বিভিন্ন ক্ষেত্ৰত সফলতাৰে কাম কৰি অহা কেইবাগৰাকী নাৰী, যুৱতীক “নাৰী শক্তি সন্মান’ প্ৰদান কৰা হয়। সাংবাদিক মৰম কুমাৰে আঁত ধৰা অনুষ্ঠানৰ যুৱ সাংবাদিক অনুপমা ডেকা আৰু পল্লৱী বৰাৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। এই অনুষ্ঠানত ৰাজীৱ প্ৰকাশ বৰুৱা, ডঃ সংগীতা কাকতি আদি বিশিষ্ট ব্যক্তি উপস্থিতত থাকে।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *