Monday , November 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / যােগ অলিম্পিয়াড অসমৰ নাম উজলালে চাবুৱাৰ তামান্না বৰুৱাই

যােগ অলিম্পিয়াড অসমৰ নাম উজলালে চাবুৱাৰ তামান্না বৰুৱাই

 

চাবুৱাঃ ২৮ জুনঃ ৰাজ্যিক যােগ অলিম্পিয়াড ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত ১৮ জুন ৰ পৰা ২০ জুন লৈ অনুষ্ঠিত হোৱা প্রতিযোগিতা অসমৰ পৰা ১৬ জনে প্রতিযোগিতাত অংশ গ্রহণ কৰিছিল যদিও ৩২ খন ৰাজ্যৰ ভিতৰত অসমৰ পৰা ৪ জনীয়া ছোৱালী এটা দলে দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চাবুৱাৰ অসম বিদ্যানিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্রী তামান্না বৰুৱাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগেই তামান্নাক আদৰণি জনাই মটক যুৱ ছাত্ৰ পৰিষদৰ প্রাক্তন সভাপতি যুগল বৰুৱাই। আনহাতে, তামান্নাৰ এই সফলতাই সমগ্ৰ অসমৰ লগতে চাবুৱাবাসীকে গৌৰৱান্বিত কৰি তুলিছে।

About Staff Reporter

চাব পাৰে

ৰাইজিং ক্লাৱৰ ফুটবলত বাৰ্চিউ এফ চি আৰু কাউৰপাৰা জি এফ চি ফাইনেলত

ৰাইজিং ক্লাৱৰ ফুটবলত বাৰ্চিউ এফ চি আৰু কাউৰপাৰা জি এফ চি ফাইনেলত ৰঙিয়াৰ প্ৰতিবেদক, ১১ …

Leave a Reply

Your email address will not be published. Required fields are marked *